Online application, approval, status, edit, photo, print আৰু delete একে ঠাইত।
Email-এ নিৰ্বাচিত Active/Approved সদস্যৰ email-লৈ যাব। Telegram-ত Bot-টো START কৰা subscribers-লৈ যাব; Telegram ব্যৱহাৰকাৰীসকলক সদস্যৰ status-ৰ সৈতে মিলোৱা নহয়। Message-ত {name} দিলে নাম স্বয়ংক্ৰিয়ভাৱে বসিব। Telegram-ৰ বাবে webhook setup আৰু Bot-ত START কৰা subscriber লাগিব। Email-ৰ বাবে Resend API key আৰু verified sender domain লাগিব।